অসম

assam

By

Published : Jan 2, 2020, 3:25 PM IST

ETV Bharat / state

হোজাই জিলাৰ লংকাত‌ চুৰিকাণ্ড

বুধবাৰে পুৱতি নিশা লংকাৰ লাচিত নগৰত সংঘটিত হয় চুৰিকাণ্ড ৷ লুটি নিলে কেইবা হাজাৰ টকাৰ সম্পত্তি ৷

money and property robbery at hojai lanka
হোজাই জিলাৰ লংকাত‌ সংঘটিত চুৰিকাণ্ড

হোজাই, 2 জানুৱাৰী: নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে হোজাই জিলাৰ লংকাত‌ চুৰিকাণ্ড সংঘটিত হয় ৷ লংকাৰ লাচিত নগৰৰ ৯ নং ৱাৰ্ডৰ বাসিন্দা তপন মজুমদাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে চলালে লোট-পাত ৷ লুটি নিলে 10 তোলা সোণ, ২০ তোলা ৰূপৰ লগতে নগদ ৪০ হাজাৰ টকা ৷ ঘটনাৰ সন্দৰ্ভত লংকা থানাত এজাহাৰ দাখিল কৰিছে তপন মজুমদাৰে ।

হোজাই জিলাৰ লংকাত‌ সংঘটিত চুৰিকাণ্ড

ABOUT THE AUTHOR

...view details