অসম

assam

ETV Bharat / state

পূৰ্ৱ লামডিঙত মহিলাক আক্ৰমণ কৰি পলায়ন যুৱকৰ - পূৰ্ৱ লামডিঙত মহিলাক আক্ৰামণ পলায়ন যুৱকৰ

লামডিঙৰ ঝৰ্না পাল নামৰ এগৰাকী মহিলাক আক্ৰমণৰ অভিযোগ প্ৰসেনজিৎ দে নামৰ যুৱকৰ ওপৰত ৷

Lumding women murder case
পূৰ্ৱ লামডিং

By

Published : Jun 20, 2020, 7:35 PM IST

  • পূব লামডিং সমাজবাড়ীত দিনদুপৰতে সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা
  • ঝৰ্না পাল নামৰ এগৰাকী মহিলাগৰাকীক আক্ৰমণৰ অভিযোগ প্ৰসেনজিৎ দে' নামৰ যুৱকৰ বিৰুদ্ধে
  • চোকা দা'ৰ আক্ৰমণত দুটা আঙুলি চিঙি যোৱাৰ লগতে মূৰত আঘাত পায় মহিলাগৰাকীয়ে
  • প্ৰহাৰ কৰি পলায়ন অভিযুক্ত প্ৰসেনজিৎ দে'ৰ
  • মহিলাগৰাকীক অতি সংকটজনক অৱস্থাত ডিফুলৈ প্ৰেৰণ
  • লামডিং থানাত ভুক্তভোগী পৰিয়ালৰ এজেহাৰ দাখিল
  • ঘটনাস্থলীত উপস্থিত লামডিং আৰক্ষী
    পূৰ্ৱ লামডিং


ABOUT THE AUTHOR

...view details