হোজাই,22 মাৰ্চ : হোজাই জিলাৰ লংকাৰ কাকীত লংকা আঞ্চলিক বন বিভাগৰ অভিযান আব্যাহত আছে । এক গোপন সূএৰ ভিত্তিত লংকা বন বিভাগে কাকীৰ আমতলাত চলাইছিল এই অভিযান । এই অভিযানত লংকা বন বিভাগে জব্দ কৰে কেইবালাখ টকাৰ মূল্যৰ চোৰাং ফান্টা কাঠ ।
লংকাৰ কাকীত লংকা আঞ্চলিক বন বিভাগৰ অভিযান - বন বিভাগৰ অভিযান
হোজাই জিলাৰ লংকাৰ কাকীত লংকা আঞ্চলিক বন বিভাগৰ অভিযান । অভিযানত উদ্ধাৰ কেইবা লাখ টকাৰ ফান্টা কাঠ ৷
![লংকাৰ কাকীত লংকা আঞ্চলিক বন বিভাগৰ অভিযান লংকাৰ কাকীত লংকা আঞ্চলিক বন বিভাগৰ অভিযান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11108075-859-11108075-1616398849654.jpg)
লংকাৰ কাকীত লংকা আঞ্চলিক বন বিভাগৰ অভিযান
চোৰাং কাঠ খিনি কাকী আমতলাত কুঁহিয়াৰ বাগানত লুকুৱাই ৰাখিছিল চোৰাং কাঠ ব্যৱসায়ীয়ে ৷ চোৰাং কাঠ খিনি কাৰ্বি-আংলঙৰ বনাঞ্চল পৰা আনি আমতলাত কুঁহিয়াৰ বাগানত লুকাই থোৱাৰ সন্দেহ কৰিছে লংকা বন বিভাগে ।
লগতে পঢ়কঃৰঙাপৰাত আদিবাসী বিশাল গণ সমাৱেশ