হোজাই, 8 জানুৱাৰীঃবুধবাৰে হোজাই জিলাৰ লংকাত মৰিগাঁৱৰ পৰা অপহৃত এটি 6 বছৰীয়া শিশু উদ্ধাৰ হয় ৷ পাৰিবাৰিক বিবাদৰ বাবে কমৰুল ইছলাম নামৰ লোকজনে শিশুটিক অপহৰণ কৰাৰ অভিযোগ উত্থাপিত কৰিছে শিশুটিৰ পৰিয়ালৰ লোকে ৷
লংকাত উদ্ধাৰ মৰিগাঁৱৰ অপহৃত শিশু - Kidnapped child of morigaon rescued
পাৰিবাৰিক কণ্ডলৰ বাবে কমৰুল ইছলাম নামৰ এজন লোকে নাচিফ ৰাইচাক অপহৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ পৰৱৰ্তী সময়ত গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে শিশুটিক উদ্ধাৰ কৰে ৷
নাচিফ ৰাইচা