হোজাই, 21 জুন : আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে হোজাই জিলাতো পালন কৰা হয় যোগ দিৱস । যোগ দিৱসৰ উপলক্ষ্যে হোজাইত ডবকা হাজী আনফৰ আলি কলেজত ক'ৰণা মহামাৰীৰ বাবে কোৱাৰেন্টাইন হৈ থকা লোকসকলৰ লগত North East Rural Welfare Societyয়ে সামাজিক ব্যৱধান ৰক্ষা কৰি যোগাভ্যাস কৰে । যোগৰ জৰিয়তে শাৰীৰিক, মানসিক আৰু অধ্যাত্মিক উন্নতি সাধন কৰিব পাৰি বুলি উল্লেখ কৰে North East Rural Welfare Societyৰ কৰ্মকৰ্তাসকলে ।
হোজাই জিলাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন - হোজাই জিলাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন
হোজাইত ডবকা হাজী আনফৰ আলি কলেজত কোৱাৰেন্টাইন হৈ থকা লোকসকলৰ লগত North East Rural Welfare Societyয়ে সামাজিক ব্যৱধান ৰক্ষা কৰি যোগ দিৱস পালন কৰে ।

হোজাই জিলাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন