হোজাই, 12 আগষ্টঃ হোজাই জিলা নখুটীৰ নামনি গাঁৱত বনবিভাগৰ অভিযান । নখুটী বিট বন বিষয়া আৰু কাকী বন কৰ্মীৰ যৌথ অভিযানত জব্দ অবৈধ চেগুণ ভৰ্তি গাড়ী ৷ নখুটীৰ ভিতৰুৱা পাহাৰী অঞ্চল,নামনিগাঁৱৰ পৰা জব্দ নম্বৰ পঞ্জীয়ন বিহীন এখন অবৈধ চেগুণ কাঠ ভৰ্টি টাটা মবাইল গাড়ী। জব্দ কৰা কাঠখিনিৰ বজাৰ মূল্য প্ৰায় পঞ্চাশ হাজাৰ টকা হ'ব বুলি অনুমান বন বিষয়াৰ ।
হোজাই জিলা নখুটীত জব্দ অবৈধ কাঠ ভৰ্তি গাড়ী - hojai
হোজাইৰ নখুটিত বন বিভাগৰ অভিযানত জব্দ অবৈধ চেগুণ ভৰ্তি গাড়ী ৷ জব্দ কৰা কাঠখিনিৰ বজাৰ মূল্য প্ৰায় পঞ্চাশ হাজাৰ টকা হ'ব বুলি অনুমান বন বিষয়াৰ ৷
![হোজাই জিলা নখুটীত জব্দ অবৈধ কাঠ ভৰ্তি গাড়ী হোজাই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8387545-311-8387545-1597213320707.jpg)
হোজাই জিলা নখুটীত জব্দ অবৈধ কাঠ ভৰ্তি গাড়ী
হোজাই জিলা নখুটীত জব্দ অবৈধ কাঠ ভৰ্তি গাড়ী
আনহাতে, বন কৰ্মী যোৱা উমান পায় গাড়ী এৰি পলায়ন জব্দ কৰা গাড়ীখনৰ চালক । বৰ্তমান অবৈধ চেগুণ কাঠ ভৰ্তি টাটা মৱাইল গাড়ীখন লৈ অহা হয় নখুটী বিট বন বিষয়া কাৰ্যলয়লৈ। উল্লেখ্য যে,লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা এনেদৰে মূল্যৱান গছ কাটি বন মাফিয়াই বন ধংস যজ্ঞ চলাই আহিছিল বুলি পূৰ্বৰ পৰাই অভিযোগ উত্থাপন কৰি আহিছিল স্থানীয় বাসিন্দাই ।
লগতে পঢ়কঃ গোলকগঞ্জত বৃহৎ সংখ্যক চোৰাং গৰু জব্দ