অসম

assam

ETV Bharat / state

হোজাইত বন বিভাগৰ অভিযানত জব্দ চোৰাং কাঠভৰ্তি ট্ৰাক

হোজাইত বন বিভাগৰ অভিযানত জব্দ চোৰাং কাঠভৰ্তি ট্ৰাক। মাদাৰতলি পৰা জব্দ কৰে ট্ৰাকখন । জব্দকৃত কাঠখিনিৰ মূল্য এক লাখৰো অধিক।

By

Published : Oct 1, 2020, 3:56 PM IST

Updated : Oct 1, 2020, 4:21 PM IST

হোজাইত বন বিভাগৰ অভিযানত জব্দ চোৰাং কাঠভৰ্তি ট্ৰাক
হোজাইত বন বিভাগৰ অভিযানত জব্দ চোৰাং কাঠভৰ্তি ট্ৰাক

হোজাই, ১ অক্টোবৰ :হোজাইত অব্য়াহত আছে বন বিভাগৰ অভিযান। হোজাইৰ মাদাৰতলিত বন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে জব্দ কৰে চোৰাং কাঠভৰ্তি এখন ট্ৰাক ।

হোজাইত বন বিভাগৰ অভিযানত জব্দ চোৰাং কাঠভৰ্তি ট্ৰাক

গোপন সূত্ৰৰ পম খেদি মাদাৰতলিত অভিযান চলাইছিল বন বিভাগে। জব্দকৃত কাঠখিনিৰ মূল্য এক লাখৰো অধিক। সোধ-পোচৰ বাবে চালক ৰমিজ উদ্দিনক আটক কৰা হৈছে। বৰ্তমান চোৰাং কাঠসহ ট্ৰাকখন লংকা আঞ্চলিক বন বভাগৰ কাৰ্যালয়ত ৰখা হৈছে ।

Last Updated : Oct 1, 2020, 4:21 PM IST

ABOUT THE AUTHOR

...view details