অসম

assam

By

Published : Nov 28, 2019, 11:38 AM IST

ETV Bharat / state

হোজাই জিলাৰ কাকীত উৰিল আলফা স্বাধীনৰ পতাকা

হোজাইৰ কাকী কনিষ্ঠ মহাবিদ্যালয়ৰ গেটত উত্তোলন আলফাৰ স্বাধীনৰ পতাকা ৷ আলফা স্বাধীনৰ পতাকাকলৈ অঞ্চলজুৰি চাঞ্চল্য ৷

Hojai ULFA(independent)'s Flag hosting
হোজাই জিলাৰ কাকীত উৰিল আলফা স্বাধীনৰ পতাকা

হোজাই,28 নৱেম্বৰ: হোজাই জিলাত সক্ৰিয় ৰূপত আলফা স্বাধীন । হোজাইৰ কাকীৰ এখন মহাবিদ্যলয়ত উৰিল আলফা স্বাধীনৰ পতাকা । ১নং কাকী কনিষ্ঠ মহাবিদ্যালয়ৰ গেটত উত্তোলন সংগঠনটোৰ পতাকা । কাকী আৰক্ষী থানাৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰত্বত সংঘটিত হৈছে এই ঘটনা । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নমাই আনে উত্তোলন কৰা পতাকা । বৰ্তমান আলফা স্বাধীনৰ পতাকাকলৈ অঞ্চলজুৰি চাঞ্চল্য । কোনে কেতিয়া পতাকা খন উত্তোলন কৰিলে এই সন্দৰ্ভত হোজাই জিলা প্ৰশাসনে আৰম্ভ কৰিছে তদন্ত ।

হোজাই জিলাৰ কাকীত উৰিল আলফা স্বাধীনৰ পতাকা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details