লংকাত 12 ঘন্টাৰ বাবে ৰে'ল অৱৰোধ - লংকা
ৰে'ল যাত্ৰী কল্যাণ সমিতিয়ে গ্ৰহণ কৰিছে এই কাৰ্যসূচী ৷
![লংকাত 12 ঘন্টাৰ বাবে ৰে'ল অৱৰোধ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2714815-515-75719d0e-248f-426e-8435-c13b239e3691.jpg)
লংকাত ৰেল অৱৰোধ কাৰ্যসূচী
হোজাই, 17 মাৰ্চ : হোজাইৰ লংকাত এন.এফ ৰে'লৱে ৰে'ল যাত্ৰী কল্যাণ সমিতিৰ 12 ঘন্টীয়া ৰে'ল অৱৰোধ কাৰ্যসূচী ৷ স্থানীয় ৰাইজৰ সহযোগত গ্ৰহণ কৰা হয় এই ৰে'ল অৱৰোধ কাৰ্যসূচী |
লংকাত ৰেল অৱৰোধ কাৰ্যসূচী