অসম

assam

ETV Bharat / state

হোজাই জিলাৰ কাকীত নিৰুদ্দেশ কিশোৰ

হোজাই জিলাৰ কাকীত কিছুদিন ধৰি নিখোজ হৈ আছে ৰবিন বৰা নামৰ এজন কিশোৰ ৷ সম্ভেদ পালে ৬০০৩৩৪২৪১০ নম্বৰত যোগাযোগ কৰাৰ অনুৰোধ পৰিয়ালৰ ৷

By

Published : Nov 4, 2019, 9:44 AM IST

হোজাই জিলাৰ কাকীত নিৰুদ্দেশ কিশোৰ

হোজাই, 4 অক্টোবৰ: হোজাই জিলাৰ কাকীত নিৰুদ্দেশ এজন কিশোৰ ৷ যোৱা বৃহস্পতি বাৰৰ নিশাৰ পৰা বৰ্তমানলৈকে অন্তৰ্ধান ৰবীন বৰা নামৰ কিশোৰগৰাকী | ৰবিন বৰা কাকীৰ শ্ৰী শ্ৰী মাধৱদেৱ উচ্চ ইংৰাজী বিদ্যালয়ত নৱম শ্ৰেণীত অধ্যয়নৰত 15 বছৰ বয়সীয়া ছাত্ৰ ৷ ৫ দিন ধৰি নিখোজ হৈ থকা কিশোৰজনক ঘৰৰ পৰিয়ালে আত্মীয়ৰ ঘৰৰ পৰা আৰম্ভ কৰি সকলোতে বিচাৰ-খোচাৰ কৰিছে যদিও সম্ভেদ উলিয়াব নোৱাৰি বৰ্তমান ভুক্তভোগী পৰিয়ালটোৱে কাকী আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে | কোনো সদাশয় ব্যক্তিয়ে নিখোজ ছাত্ৰ ৰবীন বৰাৰ সম্ভেদ পালে৬০০৩৩৪২৪১০ নম্বৰত যোগাযোগ কৰিবলৈ ছাত্ৰজনৰ পৰিয়ালে অনুৰোধ জনাইছে ৷

হোজাই জিলাৰ কাকীত নিৰুদ্দেশ কিশোৰ
লগতে পঢ়ক :দিল্লীৰ ভয়ংকৰ প্ৰদূষণত গাজৰ খাই ৰক্ষা কৰক নিজক !

ABOUT THE AUTHOR

...view details