অসম

assam

ETV Bharat / state

হোজাইৰ টুমপ্ৰেঙ ৰোডত পথ দুৰ্ঘটনাত নিহত এজন,আহত দুজন - ততাতয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়

বুধবাৰে নিশা হোজাইৰ টুমপ্ৰেঙ ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আহত হয় দুগৰাকী লোক ৷

হোজাই
পথ দুৰ্ঘটনা

By

Published : Jan 9, 2020, 11:04 AM IST

হোজাই, 9 জানুৱাৰী:হোজাইত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বুধবাৰে নিশা হোজাইৰ টুমপ্ৰেঙ ৰোডত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে এখন টেম্পো ৷ থিতাতে নিহত হয় টেম্পো চালক গৰাকী ৷ নিহত টেম্পো চালক গৰাকীৰ নাম সমৰ মিশ্ৰ বুলি জানিব পৰা গৈছে ৷ চালক গৰাকী নিহত হোৱাৰ ওপৰিও আহত হয় দুজন আৰোহী ৷ আহত লোক কেইজনক ততাতয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

হোজাইৰ টুমপ্ৰেঙ ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details