হোজাই, 9 অক্টোবৰ : সমাগত দূৰ্গোৎসৱ ৷ মাজত মাথো ১৩ টা দিন বাকী দুৰ্গা পূজালৈ, কিন্তু দুৰ্গা পূজা বুলি হোজাই জিলাৰ লংকা বজাৰত নাই পূৰ্বৰ দৰে ৰাইজৰ সমাগম । বজাৰ খনৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰায় ব্যৱসায় প্ৰতিষ্ঠানত নাই গ্ৰাহকৰ ভিৰ । যাৰ ফলত এতিয়া মূৰে কপালে হাত দিছে চহৰখনৰ ব্যৱসায়ী সকলে ।
পূজাৰ বতৰতো লংকাৰ বজাৰত নাই গ্ৰাহকৰ ভিৰ - HOJAI
সমাগত দুৰ্গোৎসৱ ৷ মাজত মাথো ১৩ টা দিন বাকী দুৰ্গা পূজালৈ, কিন্তু দুৰ্গা পূজা বুলি হোজাই জিলাৰ লংকা বজাৰত নাই পূৰ্বৰ দৰে ৰাইজৰ সমাগম ।
পূজাৰ বতৰতো লংকাৰ বজাৰত নাই গ্ৰাহকৰ ভিৰ
ক‘ভিড সম্পৰ্কীয় চৰকাৰী নীতি-নিৰ্দেশনা মানি গ্ৰাহকক বজাৰলৈ ওলাই আহিবলৈ আহ্বান জনাইছে ৰাইজে ।
লগতে পঢ়ক : বঙাইগাঁৱত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ দুই আৰক্ষী জোৱান আটক