অসম

assam

ETV Bharat / state

CAB-ৰ বিৰোধিতা কৰি ওলাই আহিল হোজাই জিলা সাহিত্য সভা - হোজাই জিলা সাহিত্য সভাৰ CAB বিৰুদ্ধে উত্তাল প্ৰতিবাদ

হোজাইতো প্ৰতিবাদত নামি পৰিল বহু লোক ৷

CAB বিৰোধিতা
হোজাইতো প্ৰতিবাদত নামি পৰিল বহু লোক

By

Published : Dec 12, 2019, 3:15 PM IST

হোজাই, 12 ডিচেম্বৰ: কেব বিৰোধী প্ৰতিবাদত বৃহস্পতিবাৰে উত্তাল হৈ পৰিল হোজাই ৷ কেবৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল হোজাই জিলা সাহিত্য সভা তথা ৰাইজ ৷ হাতত ক'লা পতাকা লৈ বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ৷ প্ৰতিবাদকাৰীৰ মন্তব্য উক্ত পৰিস্থিতিৰ বাবে কেৱল বিজেপি দল জগৰীয়া ৷

হোজাইতো প্ৰতিবাদত নামি পৰিল বহু লোক

For All Latest Updates

ABOUT THE AUTHOR

...view details