অসম

assam

ETV Bharat / state

চোৰে ৰাজপথত ফালি পেলালে কীৰ্তন -ঘোষা ! - লুটি নিয়ে দানপাত্ৰত থকা প্ৰায় ১০ হাজাৰ টকা

হোজাই জিলাৰ লংকাৰ দুটাকৈ নামঘৰৰ চোৰৰ উপদ্ৰৱ ৷ চোৰে লুটি নিয়ে ধনৰ লগতে নামঘৰৰ বহু মূল্যৱান সামগ্ৰী ৷

hojai-lanka-thief-case
চোৰে ৰাজপথত ফালি পেলালে কীৰ্তন -ঘোষা !

By

Published : Jan 12, 2020, 5:07 PM IST

হোজাই,12 জানুৱাৰী : হোজাই জিলাৰ লংকাত চোৰৰ উপদ্ৰৱ ৷ চোৰে অঞ্চলটোৰ দুটাকৈ নামঘৰত চলায় লুট-পাত ৷ চোৰে ৰাজপথত ফালি পেলাই লংকা নামঘৰৰ কীৰ্তন -ঘোষা, ভাগৱত ৷

চোৰে ৰাজপথত ফালি পেলালে কীৰ্তন -ঘোষা !

কামপুৰীয়া নামঘৰ আৰু বৈকুণ্ঠ গাঁও নামঘৰতো চোৰে লুটপাত চলাই লুটি নিয়ে দানপাত্ৰত থকা প্ৰায় ১০ হাজাৰ টকা।চোৰে মণিকূটৰ থাপনা লণ্ড-ভণ্ড কৰাৰ লগতে চুৰি কৰি নিয়ে বহু মূল্যৱান সামগ্ৰী। ইয়াৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় উদালী আৰক্ষী ৷ উদালী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত ৷

অন্য এক খবৰৰ বাবে : কেন্দ্ৰৰ সৈতে শান্তি আলোচনাৰ অৰ্থে ভাৰতত প্ৰৱেশ এনডিএফবি(এছ)ৰ

ABOUT THE AUTHOR

...view details