অসম

assam

ETV Bharat / state

হোজাই মোৰাজাৰ ৰৌৱাৰপাৰত ভুমিকেন্দ্ৰিক সংঘাত - হোজাই

ভূমিকেন্দ্ৰিক বিবাদত আহত হৈ হোজাইত এজন চিকিৎসাধীন ৷ গুৰুতৰভাৱে আহত লোকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ ৷

হোজাই মোৰাজাৰ ৰৌৱাৰপাৰত ভুমিকেন্দ্ৰিক সংঘাত

By

Published : May 11, 2019, 4:35 PM IST

  • হোজাই মোৰাজাৰ ৰৌৱাৰপাৰত ভূমিকেন্দ্ৰিক বিবাদ
  • দুই ফৈদৰ সংঘৰ্ষত গুৰুতৰভাৱে আহত মাহমুদ আলী নামৰ লোকজন
  • আহত মাহমুদ আলীক সংকটজনক অৱস্থাত জি এম চিলৈ প্ৰেৰণ
  • এডোখৰ ভূমিক কেন্দ্ৰ কৰি সংঘটিত হৈছিল এই ৰক্তাক্ত সংঘৰ্ষ
  • হাতে হাতে দা,ডেগাৰ লৈ ওলাই আহিছিল দুয়োপক্ষৰ লোক
  • অঞ্চলজুৰি উত্তেজনা অব্যাহত
    আহত মাহমুদ আলী

ABOUT THE AUTHOR

...view details