অসম

assam

By

Published : Jan 22, 2020, 8:47 PM IST

ETV Bharat / state

হোজাইত ভয়ংকৰ অগ্নিকাণ্ডত ভষ্মীভূত দুটাকৈ বাসগৃহ

হোজাইত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত জ্যোতিলাল দাস নামৰ এজন লোকৰ দুটাকৈ বাসগৃহ ভষ্মীভূত হৈ যায় ৷ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপন কৰে জুই ৷

HOJAI FIRE INCIDENT
হোজাইত ভয়ংকৰ অগ্নিকাণ্ডত ভষ্মীভূত দুটাকৈ বাসগৃহ

হোজাই,22জানুৱাৰী :হোজাইৰ মইনাপুৰত ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত জ্যোতিলাল দাস নামৰ এজন লোকৰ দুটাকৈ বাসগৃহ ভষ্মীভূত হৈ যোৱাৰ লগতে বহু লক্ষাধিক টকাৰ সামগ্ৰীও ক্ষতিগ্ৰস্ত হয় ৷ বিদ্যুতৰ বিসংগতিৰ ফলত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ স্থানীয় লোকৰ ৷ ঘটনা সংঘটিত হোৱাৰ পাছতেই স্থানীয় লোকে অগ্নিনিবাপক বাহিনীক খবৰ দিয়ে আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনে নিয়ন্ত্ৰণ কৰে জুই ৷

হোজাইত ভয়ংকৰ অগ্নিকাণ্ডত ভষ্মীভূত দুটাকৈ বাসগৃহ

অন্য এক খবৰৰ বাবে :দিল্লীৰ হৈ ৪ টাকৈ পদক আঁজুৰিলে অসমৰ বিক্ৰমে

ইফালে, এই অগ্নিকাণ্ডৰ ঘটনাটোত আহত হয় জ্যোতি লাল দাসৰ পুত্ৰ নিমাই দাস ৷ স্থানীয় ৰাইজৰ মন্তব্য অনুসৰি জুই নুমোৱাবলৈ গৈ আহত হয় যুৱকজন ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details