হোজাই,6 জুলাইঃ দেওবাৰে নিশা কাকী আৰক্ষীৰ এটা তদলদাৰী দলে চোৰাং কাঠৰ কুণ্ডাসহ এখন মেজিক জব্দ কৰে ৷ নিশা কাকী আৰক্ষীৰ তদলদাৰী দলে কাকীৰ শংকৰপুৰৰ পৰা চোৰাং কাঠৰ কুণ্ডাসহ AS-02AC-0383 নম্বৰৰ টাটা মেজিক গাড়ীখন জব্দ কৰে । লগতে আটক কৰে গাড়ীখনৰ চালক দিব্যজ্যোতি বৰাক । লকডাউন অমান্য কৰি এনেদৰে গাড়ী চলাই ঘুৰি ফুৰা বাবে আটক কৰা হয় গাড়ীসহ চালক দিব্যজ্যোতি বৰাক ।
কাকীত চোৰাং কাঠৰ কুণ্ডাসহ মেজিক জব্দ - কাকী আৰক্ষী
লক ডাউন অমান্য কৰি নিশা গাড়ী চলাই ঘুৰি ফুৰাৰ বাবে আটক কৰা হয় গাড়ীসহ চালক দিব্যজ্যোতি বৰা নামৰ এজনক ।
কাকীত চোৰাং কাঠৰ কুণ্ডাসহ মেজিক জব্দ
লগতে চাওকঃ বৃহৎ সাফল্যৰ দিশে ডিব্ৰুগড় স্থিত ICMR