হোজাই, 21 জানুৱাৰী: ডবকাৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ শালবাগানত শোকাৱহ পথ দুৰ্ঘটনা ৷ আই ২০ বাহনে খুন্দিয়ালে দুই বাইক আৰোহীক ৷ দুৰ্ঘটনাটোত থিতাতে এজন বাইক আৰোহী নিহত হয় আৰু আনজন বাইক আৰোহী গুৰুতৰভাৱে আহত হয় ৷ নিহত বাইক আৰোহীজন হৈছে ডবকা চহৰৰ ৰৌজ আহমেদ ৷ দুৰ্ঘটনাটো সংঘটিত কৰি ডিফু অভিমুখে পলায়ন কৰে আই 20 বাহনখন ৷ বৰ্তমান এই ঘটনা সন্দৰ্ভত ডবকা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷
ডবকা পথ দুৰ্ঘটনা: নিহত এজন বাইক আৰোহী - Doboka road accident
ডবকাৰ শালবাগানত সংঘটিত পথ দুৰ্ঘটনাত এজন বাইক আৰোহী নিহত হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত হয় আনজন বাইক আৰোহী ৷

ডবকা পথ দুৰ্ঘটনা: নিহত এজন বাইক আৰোহী