অসম

assam

ETV Bharat / state

নিজামুদ্দিনৰ তবলিগী জামাতত অংশ ব্যক্তিৰ ঘৰে-ঘৰে হোজাই আৰক্ষীৰ অভিযান - নিজামুদ্দিনৰ তবলিগী জামাতত অংশ লোৱা লোকক লৈ হোজাই আৰক্ষীৰ অভিযান

তবলিগী জামাতত অংশ লোৱা লোকৰ নাম ঠিকনা লৈ হোজাই আৰক্ষী প্ৰশাসনে তালিকা প্ৰস্তুত কৰি উলিয়াইছে

হোজাই আৰক্ষীৰ অভিযান
হোজাই আৰক্ষীৰ অভিযান

By

Published : Apr 1, 2020, 12:04 PM IST

হোজাই, 1 এপ্ৰিল :দিল্লীৰ ধৰ্মীয় অনুষ্ঠানত হোজাই জিলাৰ পৰা মুঠ ১৭ জন লোকে অংশ লোৱা বুলি জানিব পৰা গৈছে।ইতিমধ্যে আটাইকেইজনৰ নাম ঠিকনা লৈ হোজাই আৰক্ষী প্ৰশাসনে এখন তালিকা প্ৰস্তুত কৰি উলিয়াইছে। পৰৱৰ্তী সময়ত তালিকা অনুসৰি, মঙলবাৰে নিশা হোজাই আৰক্ষীয়ে অভিযান আৰম্ভ কৰি আলী নগৰ অঞ্চলৰ এজন লোকৰ ঘৰত উপস্থিত হৈ স্বাস্থ্য বিভাগৰ দল হতুৱাই নিজামুদ্দিনলৈ যোৱা লোকজনৰ স্বাস্থ্য পৰীক্ষা কৰি ঘৰত আছুতীয়া কক্ষত থাকিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে এসপ্তাহ পূৰ্বে দিল্লীৰ পৰা ঘৰলৈ উভতিছিল লোকজন।

হোজাই আৰক্ষীৰ অভিযান

ABOUT THE AUTHOR

...view details