হোজাই, ১৬ ডিচেম্বৰ : অহা ইংৰাজী ১৭ ডিচেম্বৰ 2020 তাৰিখে হ'বলগীয়া তিৱা স্বায়ত্ব শাসিত পৰিষদৰ ২৭ নং কাকী (মুক্ত) সমষ্টিৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ মুঠ দুই গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল । সেই অনুসৰি এন আই এক্ট ১৮৮১ৰ ধাৰা ২৫ অধীনত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ ২৭ নং কাকী (মুক্ত) সমষ্টিৰ নিৰ্বাচনৰ বাবে ১৭ ডিচেম্বৰ তাৰিখটো বন্ধৰ দিন ঘোষণা কৰে হোজাই জিলা প্ৰশাসনে ।
এই তথ্য মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হোজাই শংকৰদেৱ নগৰৰ পৰা প্ৰেছ বাৰ্তাৰ জৰিয়তে জানিবলৈ দিয়ে ।
তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন : ১৭ ডিচেম্বত বন্ধ ঘোষণা
তিৱা স্বায়ত্ব শাসিত পৰিষদৰ ২৭ নং কাকী (মুক্ত) সমষ্টিৰ নিৰ্বাচনৰ বাবে ১৭ ডিচেম্বৰ তাৰিখটো বন্ধৰ দিন ঘোষণা কৰিছে হোজাই জিলা প্ৰশাসনে ৷
Hojai District Close for Tiwa Autonomous Council Election on 17th December
লগতে পঢ়ক :চাপৰিত কৃষি বিপ্লৱ মাজুলীৰ দুই যুৱকৰ