হোজাই, 16 ফেব্ৰুৱাৰী: হোজাই জিলাৰ ডবকাৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অৱস্থিত টোল গেটত হাহাকাৰ ৷ টোল গেটত দায়িত্ববোধ নথকাৰ অভিযোগ উত্থাপিত হৈছে । টোলগেটত কেৱল সংগ্ৰহ কৰা হয় ধন, ৰোগীৰ জীৱনৰ প্ৰতি টোলগেট কৰ্তৃপক্ষৰ নাই কোনো দায়িত্ববোধ ৷
টোলগেট নে মৰণফাণ্ড? - ডবকা টোল গেট
মঙলবাৰে ডবকাৰ টোল গেটত বহু সময় ধৰি আৱদ্ধ হৈ ৰয় এম্বুলেঞ্চ ৷ টোল গেট কৰ্তৃপক্ষি যান-বাহন নিয়ন্ত্ৰণ নকৰি কেৱল ধন সংগ্ৰহত ব্যস্ত থকাৰ অভিযোগ উত্থাপন কৰি এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰে উত্তপ্ত ৰাইজে ।
টোলগেট নে মৰণফাণ্ড?
মঙলবাৰে ডবকাৰ টোলগেটত বহু সময় ধৰি আৱদ্ধ হৈ ৰয় এম্বুলেঞ্চ ৷ এম্বুলেঞ্চখনত আছে জৰুৰী কালীন ৰোগী কঢ়ইয়াই নিয়া হৈছিল ৷ কিন্তু টোল গেট কৰ্তৃপক্ষি যান-বাহন নিয়ন্ত্ৰণ নকৰি কেৱল ধন সংগ্ৰহত ব্যস্ত থকাৰ অভিযোগ উত্থাপন কৰি এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰে উত্তপ্ত ৰাইজে ।