অসম

assam

ETV Bharat / state

লংকাত বিজেপি টাউন মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা - সহকৰ্মীৰ মাজত বিস্তাৰিত

লংকা পৌৰ সভাৰ নিৰ্বাচনত প্ৰতিটো ৱাৰ্ডত বিজেপি দলৰ প্ৰাৰ্থীক নিৰ্বাচনত কেনেদৰে জয়ী কৰিব পাৰি সেই সন্দৰ্ভত সহকৰ্মীৰ মাজত বিস্তাৰিত ভাবে আলোচনা কৰে ৷

HOJAI BJP 1ST MEETING BJP
লংকাত বিজেপি টাউন মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত

By

Published : Sep 27, 2020, 9:13 PM IST

হোজাই,27 ছেপ্তেম্বৰঃ হোজাই জিলা লংকাৰ বিজেপি টাউন মণ্ডলৰ দিনজোৰা কাৰ্যসূচীৰে দেওবাৰে লংকাৰ লংকেশ্বৰী নাট্য মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত হয় প্ৰথমখন কাৰ্যনিৰ্বাহক সভা । উক্ত সভাত লংকা বিজেপি টাউন মণ্ডলৰ কেইৱাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ৷

লংকাত বিজেপি টাউন মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত

ইপিনে আগন্তুক বিধানসভা আৰু লংকা পৌৰ সভাৰ নিৰ্বাচনত প্ৰতিটো ৱাৰ্ডত বিজেপি দলৰ প্ৰাৰ্থীক নিৰ্বাচনত কেনেদৰে জয়ী কৰিব পাৰি তাক সহকৰ্মীৰ মাজত বিস্তাৰিত ভাবে আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে । উক্ত অনুষ্ঠানত শেষৰ ফালে হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱকো উপস্থিত থকে ৷

লগতে পঢ়কঃ ধেমাজীত শক্তিশালী হৈছে অসম জাতীয় পৰিষদৰ ভেটি

ABOUT THE AUTHOR

...view details