হোজাই, 17 জুনঃ বুধবাৰৰ পৰা হোজাই জিলাত শুভাৰম্ভ কৰা হয় অসম স্বাস্থ্য বিভাগৰ অন্তৰ্গত অসম টাৰ্গেটেড ছাৰ্ভিলিয়েন্স প্ৰগ্ৰেম(ATSP) শীৰ্ষক কাৰ্যসূচীৰ । এই কাৰ্যসূচীৰ শুভ আৰম্ভণি কৰে হোজাই জিলাৰ জিলা উপায়ুক্ত ডাঃ সাদনেক সিঙে।
হোজাই জিলাত শুভাৰম্ভ ATSP শীৰ্ষক কাৰ্যসূচী - স্বাৱ পৰীক্ষণ
কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনৰ উপায়ুক্ত ডাঃ সাদেনক সিঙৰ লগতে প্ৰায় ৩০০ জন বিষয়া কৰ্মচাৰীয়ে নিজৰ নিজৰ স্বাৱ পৰীক্ষণৰ বাবে প্ৰদান কৰে।
![হোজাই জিলাত শুভাৰম্ভ ATSP শীৰ্ষক কাৰ্যসূচী হোজাই জিলাত শুভাৰম্ভ ATSP শীৰ্ষক কাৰ্যসূচী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7660479-793-7660479-1592417018410.jpg)
হোজাই জিলাত শুভাৰম্ভ ATSP শীৰ্ষক কাৰ্যসূচী
এই কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনৰ উপায়ুক্ত ডাঃসাদেনক সিঙৰ লগতে প্ৰায় ৩০০ জন বিষয়া কৰ্মচাৰীয়ে নিজৰ নিজৰ স্বাৱ পৰীক্ষণৰ বাবে প্ৰদান কৰে।
হোজাই জিলাৰ মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ পৰা প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে।