অসম

assam

ETV Bharat / state

হোজাইত ভয়ংকৰ পথ দুৰ্ঘটনা - হোজাই

থিতাতে নিহত চাইকেল আৰোহী ললিত চেৰুৱা আৰু আহত বাইক আৰোহী জাকিৰ হুছেইন

হোজাইত ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : Feb 2, 2019, 7:15 PM IST

হোজাই,২ ফেব্ৰুৱাৰীঃ ডবকা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত চাইকেল আৰোহী ললিত চেৰুৱা ৷

হোজাইত ভয়ংকৰ পথ দুৰ্ঘটনা
নিহত ললিত চেৰুৱাৰ ঘৰ ডবকাৰ হাবিগাঁৱত। আনহাতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাইক আৰোহী জাকিৰ হুছেইন ৷ জাকিৰ হুছেইনৰ ঘৰ নগাঁৱত বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

...view details