নগাঁও, 18 এপ্ৰিলঃ ১০ নং নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত হোজাই বিধানসভা সমষ্টিৰ ২৭১ নং লংকাৰ চিষ্টাৰ নিবেদিতা ছোৱালী হাইস্কুলত ভোটদান বিধায়ক শিলাদিত্য দেৱৰ ৷ পত্নীৰ সৈতে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হয় বিধায়কগৰাকী ৷
ভোট দিলে শিলাদিত্য দেৱে - লোকসভা সমষ্টি
ৰাজ্যৰ পাঁচটা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন | ১০ নং নগাঁও লোকসভা সমষ্টিৰ অধীনৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰে পৰা দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী ৷ হোজাই বিধানসভা সমষ্টিৰ ২৭১ নং লংকাৰ চিষ্টাৰ নিবেদিতা ছোৱালী হাইস্কুলত ভোট দিলে বিধায়ক শিলাদিত্য দেৱে ৷
![ভোট দিলে শিলাদিত্য দেৱে](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3038105-thumbnail-3x2-sila.jpg)
হোজাই সমষ্টিৰ ২৭১ নং ভোট কেন্দ্ৰত ভোটদান বিধায়ক শিলাদিত্য দেৱৰ
হোজাই সমষ্টিৰ ২৭১ নং ভোট কেন্দ্ৰত ভোটদান বিধায়ক শিলাদিত্য দেৱৰ
পুৱাৰে পৰা প্ৰতিটো কেন্দ্ৰত নিজ নিজ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ উলাই আহিছে শতাধিক ৰাইজ | ১০ নং নগাঁও লোকসভা সমষ্টিৰ অধীনৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰে পৰা দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী | আনহাতে শাৰীপাতি ৰৈ থকা দেখা গ'ল হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱক ৷ ভোটধিকাৰ সাব্যস্ত কৰিয়ে 12 টা আসনত জয় নিশ্চিত বুলি উল্লেখ কৰে শিলাদিত্য দেৱে ৷