অসম

assam

ETV Bharat / state

হোজাইত সমাজকৰ্মীৰ মৃত্যু

বিশিষ্ট সমাজ সেৱকগৰাকীৰ মৃত্যুত নীলবাগান প্ৰেছ ক্লাব, নিউষ্টাৰ ক্লাব, নীলবাগান ক্ৰীড়া সন্থা, আমছুৰ হোজাই জিলা সমিতিৰ লগতে বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে ৷

By

Published : May 11, 2019, 9:18 AM IST

হোজাইত সমাজকৰ্মীৰ মৃত্যু

হোজাই, 11 মে' : হোজাই জিলাৰ নীলবাগানৰ বিশিষ্ট সমাজকৰ্মী আলহাজ ৰহিম উদ্দিনৰ পৰলোকপ্ৰাপ্তি ৷ বিভিন্ন সামাজিক কামকাজৰ সৈতে জড়িত হৈ থকা অসুস্থ সমাজকৰ্মীজনক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু ঘটে ৷ বিশিষ্ট সমাজ সেৱকগৰাকীৰ মৃত্যুত নীলবাগান প্ৰেছ ক্লাব, নিউষ্টাৰ ক্লাব, নীলবাগান ক্ৰীড়া সন্থা, আমছুৰ হোজাই জিলা সমিতিৰ লগতে বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে ৷

ABOUT THE AUTHOR

...view details