অসম

assam

ETV Bharat / state

হোজাইত আধাৰ কাৰ্ড নিৰ্মাণৰ নামত ধন সংগ্ৰহ - হোজাইত আধাৰ কাৰ্ড নিৰ্মানৰ নামত ধন সংগ্ৰহ

লংকাৰ লস্কৰপথাৰ হাইস্কুলত থকা আধাৰ কেন্দ্ৰত আধাৰ কাৰ্ড নিৰ্মাণৰ নামত ধন সংগ্ৰহৰ ঘটনা সংঘটিত হৈছে ৷ এখন আধাৰ কাৰ্ডৰ বিনিময়ত আবেদনকাৰীয়ে দিব লাগে 800 টকা ৷

Hoajai Adhar Card scam
হোজাইত আধাৰ কাৰ্ড নিৰ্মানৰ নামত ধন সংগ্ৰহ

By

Published : Oct 4, 2020, 3:31 PM IST

হোজাই, 4 অক্টোবৰঃ আধাৰ কাৰ্ড নিৰ্মাণৰ নামত লংকাত অবৈধ ভাৱে ধন সংগ্ৰহ ৷ এখন আধাৰ কাৰ্ডৰ বিনিময়ত আবেদনকাৰীয়ে দিব লগে 800 টকা ৷ লংকাৰ লস্কৰপথাৰ হাইস্কুলত থকা আধাৰ কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা ৷

হোজাইত আধাৰ কাৰ্ড নিৰ্মানৰ নামত ধন সংগ্ৰহ

আনহাতে, আধাৰ কাৰ্ড নিৰ্মাণ কৰিবলৈ যোৱা স্থানীয় যুৱককো প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে কেন্দ্ৰটোৰ কৰ্মচাৰীৰ বিৰুদ্ধে ৷ ঘটনা সংক্ৰান্তত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱকজনে ৷

লগতে পঢ়ক-সাংসদ ভূৱনেশ্বৰ কলিতাক ঘেৰাও ক্ৰীড়াপ্ৰেমীৰ

ABOUT THE AUTHOR

...view details