অসম

assam

ETV Bharat / state

হাজোত আৰ্তজনৰ কাষত ৮ কনিষ্ঠ অভিযন্তা - হাজোত আৰ্তজনৰ কাষত ৮ কনিষ্ঠ অভিযন্তা

চৰকাৰৰ আহ্বানৰ প্ৰতি সহাৰি জনাই বৰ্ণিগাঁৱৰ 280 টা দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৮ গৰাকী কনিষ্ঠ অভিযন্তাই ৷

Hajo junior engineer helped poor people
হাজোত আৰ্তজনৰ কাষত ৮ কনিষ্ঠ অভিযন্তা

By

Published : Apr 16, 2020, 3:27 PM IST

হাজো,16 এপ্ৰিলঃ দেশজুৰি চলা লক ডাউনৰ ফলত খাদ্য সংকটত ভুগিছে দেশৰ দৰিদ্ৰ পৰিয়ালৰ লোকসকল ৷ হাজোৰ বৰ্ণিত দৰিদ্ৰ লোকলকৰ কাষত থিয় দিছে 8 গৰাকী কনিষ্ঠ অভিযন্তা ৷ চৰকাৰৰ আহ্বানৰ প্ৰতি সহাৰি জনাই বৰ্ণিগাঁৱৰ 280 টা দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে অভিযন্তা কেইগৰাকীয়ে ৷

হাজোত আৰ্তজনৰ কাষত ৮ কনিষ্ঠ অভিযন্তা

ABOUT THE AUTHOR

...view details