অসম

assam

ETV Bharat / state

হোজাইৰ কাকীৰ খ্ৰীং খ্ৰীঙত বিনামূলীয়া চকু চিকিৎসা শিবিৰ - হোজাইৰ কাকীৰ খ্ৰীং খ্ৰীংত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

দেওবাৰে হোজাইৰ কাকীৰ খ্ৰীং খ্ৰীঙত আয়োজন কৰা হয় এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ ৷ সামাজিক উন্নয়নসমূলক সংস্থা লামডিং পৰিৱেশৰ উদ্যোগত আয়োজিত কৰা হয় এই শিবিৰ ৷

Free eye checkup camp at Hojai Kaki Khring Khring
হোজাইৰ কাকীৰ খ্ৰীং খ্ৰীংত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

By

Published : Nov 15, 2020, 4:44 PM IST

হোজাই, 15 নৱেম্বৰঃ হোজাইৰ কাকীৰ খ্ৰীং খ্ৰীঙত বিনামূলীয়া চকু চিকিৎসা শিবিৰ ৷ লামডিং পৰিৱেশৰ উদ্যোগত আয়োজিত এই চকু চিকিৎসা শিবিৰত চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ চিকিৎসকৰ দ্বাৰা চকু পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হয় ৷ খ্ৰীং খ্ৰীঙৰ দূৰ্গা মন্দিৰ প্ৰাংগনত আয়োজিত এই শিবিৰত প্ৰায় শতাধিক স্থানীয় ৰাইজে চিকিৎসা গ্ৰহণ কৰে ৷

হোজাইৰ কাকীৰ খ্ৰীং খ্ৰীংত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

উল্লেখ্য যে, সামাজিক উন্নয়নসমূলক সংস্থা লামডিং পৰিৱেশৰ অধ্যক্ষ জয় চক্ৰৱৰ্তীয়ে ভৱিষ্যতেও লামডিংবাসী ৰাইজৰ হকে এনেধৰণৰ বিভিন্ন উন্নয়নমূলক কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

লগতে পঢ়ক-নাগ্ৰীজুলিত পথ দুৰ্ঘটনা:শিশুসহ আহত এটি পৰিয়ালৰ পাঁচ গৰাকী

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details