অসম

assam

ETV Bharat / state

লংকাত ৰামকৃষ্ণ ঘোষৰ ফ্ৰেইণ্ডছ ক্লাৱৰ উদ্যোগত খাদ্য বিতৰণ - খাদ্য সামগ্ৰী

হোজাইৰ লংকাত ৰামকৃষ্ণ ঘোষৰ ফ্ৰেইণ্ডছ ক্লাৱৰ উদ্যোগত ক’ভিড আক্ৰান্ত পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ । ক’ভিডৰ বিৰুদ্ধে ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষৰ

লংকাত ৰামকৃষ্ণ ঘোষৰ ফ্ৰেইণ্ডছ ক্লাৱৰ উদ্যোগত খাদ্য বিতৰণ
লংকাত ৰামকৃষ্ণ ঘোষৰ ফ্ৰেইণ্ডছ ক্লাৱৰ উদ্যোগত খাদ্য বিতৰণ

By

Published : May 16, 2021, 7:21 PM IST

হোজাই, 16 মে' : হোজাইৰ লংকাত ৰামকৃষ্ণ ঘোষৰ ফ্ৰেইণ্ডছ ক্লাৱৰ উদ্যোগত ক’ভিড আক্ৰান্ত পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ৷ খাদ্য সামগ্ৰী বিতৰণ কৰাৰ সময়ত উপস্থিত থাকে বিধায়ক ৰামকৃষ্ণ ঘোষ ৷

লংকাত ৰামকৃষ্ণ ঘোষৰ ফ্ৰেইণ্ডছ ক্লাৱৰ উদ্যোগত খাদ্য বিতৰণ

ক’ভিড- ১৯ ৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লগতে আৰু মাক্স, চেনিটাইজাৰ, খাদ্য সামগ্ৰী বিতৰণ কৰিলে হোজাইৰ নৱ নিৰ্বাচিত বিধায়ক ৰামকৃষ্ণ ঘোষে ৷ দেওবাৰে লংকাত উপস্থিত হৈ বিধায়কগৰাকীয়ে স্থানীয় লোকৰ মাজত মাস্ক, চেনিটাইজাৰ বিতৰণ কৰাৰ লগতে ক’ভিড আক্ৰান্ত দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷

নিজৰ নামৰ ফ্ৰেণ্ডচ ক্লাৱৰ উদ্যোগত ক’ভিড এই পৰিৱেশৰ মাজতে বিতৰণ ও সজাগতা কাৰ্যসূচীত উপস্থিত থাকি বিধায়ক ৰামকৃষ্ণ ঘোষে জনসাধৰণক ক’ভিডৰ বিৰুদ্ধে ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰে জাৰি কৰা ক’ভিড প্ৰট’কল মানি চলিবলৈ অনুৰোধ কৰে ৷

লগতে পঢ়ক :অসম চিকিৎসা মহাবিদ্যালয়লৈ বিচিপিএলৰ 1.5 কোটিৰ সাহাৰ্য

ABOUT THE AUTHOR

...view details