নিউজ ডেস্ক, 23 ফেব্ৰুৱাৰী : হোজাইৰ মোৰাঝাৰত আৰক্ষীৰ জালত পৰিছে এজন ভুৱা আৰ.টি.আই. কৰ্মী । ভুৱা আৰ.টি.আই. কৰ্মীজন জমিৰ উদ্দিন ওৰফে কালা জমিৰ বুলি জানিব পৰা গৈছে ৷
হোজাইত আটক ভুৱা আৰ.টি.আই. কৰ্মী - আৰ.টি.আই. আবেদন
হোজাইৰ মোৰাঝাৰত আৰক্ষীৰ জালত পৰিছে এজন ভুৱা আৰ.টি.আই. কৰ্মী । ভুৱা আৰ.টি.আই. কৰ্মীজন জমিৰ উদ্দিন ওৰফে কালা জমিৰ বুলি জানিব পৰা গৈছে ৷
হোজাইত আটক ভুৱা আৰ.টি.আই. কৰ্মী
আৰ.টি.আই. আবেদন কৰি ধনদাবী কৰাৰ অভিযোগ লোকজনৰ বিৰুদ্ধে । হোজাইত আজমল ফাউণ্ডেচনত আৰ.টি.আই. আবেদন কৰি আজমল ফাউণ্ডেচনত টকা আনিবলৈ গৈ হোজাই আৰক্ষীৰ জালত পৰে ধৃত জমিৰ । তথ্য জনাৰ অধিকাৰ আইনৰ অপব্যৱহাৰ কৰি হোজাই জিলাত একপ্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰাৰ অভিযোগ আছিল জমিৰৰ বিৰুদ্ধে ।