অসম

assam

ETV Bharat / state

হোজাই চহৰৰ সমীপত বনৰীয়া হাতীৰ তাণ্ডৱ - Elephant terror near Hojai town

হাতীৰ জাকটোৱে জনাঞ্চলত প্ৰৱেশ কৰাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ ঘটনাস্থলীত উপস্থিত হোৱা নাই বন বিভাগৰ লোক ৷

elephant-terror-near-hojai-town-amid-sunlight
হোজাই চহৰৰ সমীপত বনৰীয়া হাতীৰ তাণ্ডৱ

By

Published : Jan 11, 2021, 7:50 PM IST

হোজাই,11 জানুৱাৰী: হোজাই জিলাত বিভিন্ন স্থানত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ ৷ সোমবাৰে হোজাই চহৰৰ সমীপৰ কেইবাখনো গাঁৱত তাণ্ডৱ চলাই এটা তিনিজনীয়া বনৰীয়া হাতীৰ জাকে ৷ হাতীকেইটাই টেলিবস্তি,পূব ধনীৰাম পথাৰ,নন্দলালপুৰ,উদয়পুৰ গাঁৱত দিন দুপৰতে তাণ্ডৱ চলাই ৷

হোজাই চহৰৰ সমীপত বনৰীয়া হাতীৰ তাণ্ডৱ

হাতীৰ জাকটোৱে ৰেলপথ অতিক্ৰম কৰি গাঁও খনত প্ৰৱেশ কৰাত আতংকিত হৈ পৰে গাঁৱবাসী ৷ জনাঞ্চলৰ পৰা হাতী খেদাত ব্যৰ্থ কঁপিলী ভেলি ৰেঞ্জৰ বন কৰ্মী ৷

লগতে পঢ়কঃপ্ৰকৃততে অসমৰ মুখ্যমন্ত্ৰী কোনঃ জিতেন্দ্ৰ সিং

ABOUT THE AUTHOR

...view details