অসম

assam

By

Published : Jun 16, 2020, 4:09 PM IST

ETV Bharat / state

লংকাত উদ্বেগজনকভাৱে বৃদ্ধি কৰ'ণা ৰোগী

হোজাই জিলাৰ লংকাত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ লংকাৰ পিএইচচি ব্লকৰ অধীনত পুনৰ ৩৫ গৰাকী ব্যক্তিৰ শৰীৰত ধৰা পৰিছে মাৰাত্মক ভাইৰাছবিধৰ উপস্থিতি ৷

Covid 19 patients with alarming growth at lanka hojai assam etv bharat news
বৃদ্ধি কৰ'ণা ৰোগী

হোজাই,16 জুন:হোজাই জিলাৰ লংকাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা । লংকাৰ পিএইচচি ব্লকৰ অধীনত পুনৰ ৩৫ গৰাকী ব্যক্তিৰ শৰীৰত ধৰা পৰে এই ভাইৰাছবিধৰ উপস্থিতি ৷ আক্ৰান্ত ব্যক্তিকেইজন বহিঃৰাজ্যৰ পৰা অসমলৈ আহি আছিল কোৱাৰেণ্টাইনত ৷ ব্যক্তি কেইজনৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফলত ধৰা পৰে এই ভাইৰাছবিধৰ উপস্থিতি ৷ বৰ্তমান চিকিৎসকৰ তৎপৰতাত আটাইকেইজন লোককে হাজোৰ শিঙিমাৰী কোভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

লংকাত উদ্বেগজনকভাৱে বৃদ্ধি কৰ'ণা ৰোগী

ABOUT THE AUTHOR

...view details