অসম

assam

ETV Bharat / state

লংকাত নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছ প্ৰাৰ্থী দেবু চাহাই

প্ৰতিজন ৰাজনৈতিক নেতাই আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যৰে বহু হাই প্ৰফাইল নেতাৰো অসমলৈ আগমন ঘটিছে ৷ ইয়াৰ সমান্তৰালকৈ হোজাইত কংগ্ৰেছৰ প্ৰাৰ্থী দেবু চাহাই গাঁৱে-গাঁৱে গৈ আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷

By

Published : Mar 16, 2021, 7:01 AM IST

Updated : Mar 16, 2021, 7:42 AM IST

লংকাত নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছ প্ৰাৰ্থী দেবু চাহাই
লংকাত নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছ প্ৰাৰ্থী দেবু চাহাই

হোজাই,16 মাৰ্চ:বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে ৰাজ্যত তুংগত উঠিছে ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ ৷ ইতিমধ্যে প্ৰতিজন ৰাজনৈতিক নেতাই আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যৰে বহু হাই প্ৰফাইল নেতাৰো অসমলৈ আগমন ঘটিছে ৷ ইয়াৰ সমান্তৰালকৈ হোজাইত কংগ্ৰেছৰ প্ৰাৰ্থী দেবু চাহাই গাঁৱে-গাঁৱে গৈ আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷

লংকাত নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছ প্ৰাৰ্থী দেবু চাহাই

প্ৰাৰ্থী গৰাকীয়ে কয়, ড৹ অৰ্ধেন্দু দেৰ কংগ্ৰেছ ত্যাগে নৰ্বাচনত একো প্ৰভাৱ নেপেলাই ৷ আচলতে তেওঁ বিজেপিত যোগদান কৰা নাই ৷ বিজেপিৰ আৰ্শীবাদ ল'বলৈ গৈ ফটো মাৰি ফেচবুকত ভাইৰেল কৰিছে । গতিকে কংগ্ৰেছে জয় লাভ কৰিলে পাঁচটা গ্যােৰেণ্টিৰ প্ৰতিশ্ৰুতি পুৰণ কৰা হ'ব ৷ হোজাইত শিলাদিত্যক টিকট নিদি ৰামকৃষ্ণক দিয়া বাবে কংগ্ৰেছৰ জয় হোৱাটো সহজ হৈ পৰিছে ৷

লগতে পঢ়ক:তেজপুৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ দলীয় বৈঠক

Last Updated : Mar 16, 2021, 7:42 AM IST

ABOUT THE AUTHOR

...view details