অসম

assam

ETV Bharat / state

লংকাত হিন্দু ঐক্যমঞ্চৰ চাফাই অভিযান - হোজাই

লংকা চহৰৰ ভিন্ন স্থানত হিন্দু ঐক্যমঞ্চৰ চাফাই অভিযান ৷ পৰিত্যক্ত অৱস্থাত‌ পেলাই থোৱা প্ৰতিমূৰ্ত্তি উদ্ধাৰ কৰি বিসৰ্জন দিলে নৈত ৷

হিন্দু ঐক্যমঞ্চৰ চাফাই অভিযান

By

Published : Jun 6, 2019, 12:30 AM IST

হিন্দু ঐক্যমঞ্চৰ চাফাই অভিযান

হোজাই, 5 জুন : বিশ্ব পৰিৱেশ দিৱস,পৱিত্ৰ ঈদৰ উপলক্ষে লংকাত চাফাই অভিযান চলালে হিন্দু ঐক্যমঞ্চই ৷ গছপুলি ৰোপণৰ লগতে চাফাই অভিযানত চলাই ঐক্যমঞ্চৰ সদস্যসকলে । লগতে পূজাৰ পাচত পৰিত্যক্ত অৱস্থাত‌ পেলাই থোৱা প্ৰতিমূৰ্ত্তি উদ্ধাৰ বিসৰ্জন দিলে নৈত ৷ চহৰখনৰ বিভিন্ন স্থানত সংগ্ৰামী হিন্দু ঐক্যমঞ্চৰ প্ৰতিজন সদস্যই এইদৰেই গছপুলি ৰোপণ কৰাৰ সমান্তৰালভাৱে স্বচ্ছতাৰ দিশত লংকা চহৰখনক এখোজ আগুৱাই নিয়াৰ উদ্দেশ্যেৰে এনেদৰে চাফাই অভিযান চলায় ।

ABOUT THE AUTHOR

...view details