অসম

assam

ETV Bharat / state

চিমেন্টৰ বেগত শিলগুটি কেনেকৈ? - ETV BHARAT

ক্ৰয় কৰা ১৬০ টা বেগৰ ৮ টাকৈ বেগত শিলগুটি ওলোৱাত লোকগৰাকীয়ে চিমেন্ট কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰে । এই অভিযোগ লাভ কৰি ডালমিয়াৰ প্ৰবন্ধক উপস্থিত হয় যদিও পৰৱৰ্তী সময়ত কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব ৷

চিমেন্টৰ বেগত শিলগুটি : গ্ৰাহকক ৰামঠগন ডালমিয়া চিমেন্টৰ

By

Published : May 22, 2019, 9:27 PM IST

হোজাই, ২২ মে': হোজাই জিলাৰ লংকাৰ ২ নং পিপল পুখুৰীস্থিত ডালমিয়া চিমেন্ট উৎপাদন কেন্দ্ৰৰ পৰা হোজাই অঞ্চলৰে ড: ৰহমত আলীয়ে বাসগৃহ নিৰ্মাণৰ বাবে ক্ৰয় কৰা চিমেন্টৰ বেগত ওলাল শিলগুটি । ক্ৰয় কৰা ১৬০ টা বেগৰ ৮ টাকৈ বেগত শিলগুটি ওলোৱাত লোকগৰাকীয়ে চিমেন্ট কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰে । এই অভিযোগ লাভ কৰি ডালমিয়াৰ প্ৰবন্ধক উপস্থিত হয় যদিও পৰৱৰ্তী সময়ত কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব ৷

চিমেন্টৰ বেগত শিলগুটি : গ্ৰাহকক ৰামঠগন ডালমিয়া চিমেন্টৰ

ABOUT THE AUTHOR

...view details