হোজাই,18 মে’:কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে লংকাৰ বিজেপি কৰ্মীসকলে চেনিটাইজেচন কাৰ্যসূচী হাতত লয় ৷ লংকা চহৰত সোমবাৰৰ পৰা আৰম্ভ কৰা হয় এই চেনিটাইজেচন কাৰ্যসূচী । সোমবাৰে লংকাৰ ৮ নং বাৰ্ডৰ প্ৰতিটো পথৰ লগতে প্ৰতিগৰাকী লোকৰ ঘৰৰ চৌহদ চেনিটাইজ কৰে বিজেপি কৰ্মীসকলে । ইয়াৰ লগতে বিজেপি কৰ্মীসকলে স্থানীয় ৰাইজক চৰকাৰী নিৰ্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনায় ৷
লংকাত বিজেপি কৰ্মীৰ চেনিটাইজেচন কাৰ্যসূচী
ক’ভিড সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে লংকাৰ বিজেপি কৰ্মীসকলৰ চেনিটাইজেচন কাৰ্যসূচী গ্ৰহণ ।
লংকাত বিজেপি কৰ্মীৰ চেনিটাইজেচন কাৰ্য্যসূচী