অসম

assam

ETV Bharat / state

হোজাই ছাত্ৰ একতা সভাত ভাৰতীয় বিদ্যাৰ্থী সেনাৰ জয়লাভ - হোজাই মহাবিদ্যালয়

ভাৰতীয় বিদ্যাৰ্থী সেনাই প্ৰথমবাৰলৈ হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনত জয়লাভ কৰে । দুটা দশক ধৰি হোজাই মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ দখলত আছিল ।

হোজাই ছাত্ৰ একতা সভাত ভাৰতীয় বিদ্যাৰ্থী সেনাৰ জয়লাভ

By

Published : Aug 29, 2019, 9:15 AM IST

হোজাই, 29 আগষ্টঃ হোজাই ৰবিন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাত ভাৰতীয় বিদ্যাৰ্থী সেনাৰ জয়লাভ । ভাৰতীয় বিদ্যাৰ্থী সেনাই প্ৰথমবাৰলৈ হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনত জয়লাভ কৰে । দুটা দশক ধৰি হোজাই মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ দখলত আছিল । পোন প্ৰথমবাৰলৈ ভাৰতীয় বিদ্যাৰ্থী সেনাই দখল কৰে এই স্থান ৷

হোজাই ছাত্ৰ একতা সভাত ভাৰতীয় বিদ্যাৰ্থী সেনাৰ জয়লাভ
বুধবাৰে হোৱা ছাত্ৰ একতা সভা নিৰ্বাচনত ১৩খন আসনৰ ভিতৰতে ১১ খন কৈ আসনত ভাৰতীয় বিদ্যাৰ্থী সেনাই জয় লাভ কৰে ।

ABOUT THE AUTHOR

...view details