অসম

assam

By

Published : May 4, 2020, 11:47 AM IST

ETV Bharat / state

হোজাইত প্ৰৱাসী অসমীয়াৰ উদ্যোগত সাহায্য বিতৰণ

বটদ্ৰৱা সমষ্টিৰ দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিলে J.F. FOUNDATION নামৰ এটা সামাজিক সংগঠনে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে বিধায়িকা আংগুৰলতা ডেকা ৷

BATADRAVA FOOD DISTRIBUTION
J.F. FOUNTISON ৰ সাহায্য বিতৰণ

বটদ্ৰৱা, 4 মে' : লক্ ডাউনৰ বাবে খাদ্য সংকটত ভুগা লোক সকলক সহায় আগবঢ়াইছে বহুতো হৃদয়বান লোকে ৷

কৰ্মসূত্ৰে লাউচত থকা J. F. FOUNDATION ৰ স্বত্বাধিকাৰী হবিব মহম্মদ চৌধুৰী আৰু ভাতৃ ছাদিক মহম্মদ চৌধুৰীয়ে দেওবাৰে বটদ্ৰৱা সমষ্টিৰ দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ লক্ ডাউনৰ আৰম্ভণিৰ পৰা J.F. FOUNDATION নামৰ সামাজিক সংগঠনটোৱে বৰ্তমানলৈ প্ৰায় বিশ হাজাৰ লোকৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰিছে ৷

দেওবাৰে সংস্থাটোৱে বিতৰণ কৰা এই কাৰ্যসূচীত উপস্থিত থাকে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আংগুৰলতা ডেকা ৷

উল্লেখযোগ্য যে, হবিব মহম্মদ চৌধুৰী আৰু ভাতৃ ছাদিক মহম্মদ চৌধুৰী কৰ্মসূত্ৰে লাউচত বসবাস কৰে ৷

লগতে পঢ়ক : তেজপুৰত আদৰণি এম্বুলেঞ্চত উদ্ধাৰ গাঞ্জা

ABOUT THE AUTHOR

...view details