- মাদ্ৰাছাত শিক্ষাগ্ৰহণ কৰি শিক্ষাৰ্থীয় বিজ্ঞান বিষয় পঢ়িব নোৱাৰা, অভিযন্তা হ’ব নোৱাৰা, MBA কৰিব নোৱাৰা এইবোৰ চৰকাৰৰ ভুৱা প্ৰচাৰ আখ্যা আজমলৰ
- মাদ্ৰাছা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে আজমলে
- চৰকাৰে তেনে শিক্ষাৰ্থীক আমাক দি দিয়ক
- পাঠ্যক্ৰম সলনি কৰিব লাগিব, কিছু বিভাগ পঢ়ুৱাব লাগিব, শিক্ষক ভাল হ’লে সকলো সম্ভৱ হ’ব
- চৰকাৰে নোৱাৰা কাম আমি কৰি দেখুৱাম আৰু দেখুৱাই আছোঁ
- এটা এটা অঞ্চলত বিদ্যালয় বনাবলৈ ২০-৩০ বছৰ লাগিছিল
- ভেঞ্চাৰ স্কুলৰ শিক্ষক সকলে নিজে বিদ্যালয় বনাই, নিজে প্ৰতিষ্ঠা কৰে, জীৱনটোৱেই শেষ হৈ যায়
- কেতিয়াবা শিক্ষক দৰমহা নাপাই আত্মহত্যাও কৰে
- কোনোবাই এক মিনিটত ভাঙি দিলে, ভঙাটো বহু সহজ কিন্তু বনোৱাটো বহু কষ্টকৰ
- মাদ্ৰাছা ভগা সকলৰ ওপৰত আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ আজমলৰ
- দিল্লীৰ উচ্চতম ন্যায়ালয়লৈও যোৱাৰ কথা ক’লে আজমলে
- ৰাজ্যত চৰকাৰে বিদ্যালয় বন্ধ কৰা, মাদ্ৰাছা ভঙা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বদৰুদ্দিন আজমলে
মাদ্ৰাছা ভঙাসকলৰ বিৰুদ্ধে গোচৰ তৰাৰ হুংকাৰ আজমলৰ - মাদ্ৰাছা ভঙাসকলৰ ওপৰত গোচৰ ৰুজু কৰিম
মাদ্ৰাছাত শিক্ষাগ্ৰহণ কৰি শিক্ষাৰ্থীয়ে বিজ্ঞান বিষয় পঢ়িব নোৱাৰা, অভিযন্তা হ’ব নোৱাৰা, MBA কৰিব নোৱাৰা এইবোৰ চৰকাৰৰ ভুৱা প্ৰচাৰ আখ্যা আজমলৰ ৷ ৰাজ্যত চৰকাৰে বিদ্যালয় বন্ধ কৰা, মাদ্ৰাছা ভঙা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বদৰুদ্দিন আজমলে (Badaruddin Ajmal commented on madrassa eviction)
Badaruddin Ajmal commented on madrassa eviction
TAGGED:
ন্যায়ালয়ৰ কাষ চাপিম