অসম

assam

ETV Bharat / state

লংকাৰ উদালীত গ্ৰেপ্তাৰ ATM চুৰ - Atm Theft arrested

29 ফ্ৰেব্ৰুৱাৰীত নিশা লংকাৰ উদালী বজাৰৰ হিটাছি এটিএমৰ চুৰি কাণ্ডৰ মুখ্য অভিযুক্ত গ্ৰেপ্তাৰ ৷

লংকাৰ উদালীত গ্ৰেপ্তাৰ ATM চুৰ
লংকাৰ উদালীত গ্ৰেপ্তাৰ ATM চুৰ

By

Published : Mar 20, 2020, 6:43 PM IST

হোজাই, 20 মাৰ্চ: লংকা উদালী আৰক্ষীৰ বৃহৎ সাফল্য ৷ 29 ফ্ৰেব্ৰুৱাৰীৰ নিশা সংঘটিত হোৱা হিটাছি এটিএমৰ চুৰি কাণ্ডৰ মুখ্য অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ লংকাৰ উদালী আৰক্ষীয়ে অভিযান চলাই আলি আকৱৰ নামৰ এজন ATM চুৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

লংকাৰ উদালীত গ্ৰেপ্তাৰ ATM চুৰ

হোজাই জিলাৰ উপ আৰক্ষী অধীক্ষক দিপ্তী মালিকৰ নেতৃত্বত উদালী আৰক্ষীৰ এটি সজাতি দলে ঘটনা সন্দৰ্ভত অনুসন্ধান চলাই আছিল। অনুসন্ধানত এটিএমটোৰ দায়িত্বত থকা কাকী চলচলিৰ আলি আকবৰৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছিল আৰক্ষীয়ে ।

হিটাছি এটিএমৰ চুৰি কাণ্ডৰ মুখ্য অভিযুক্ত গ্ৰেপ্তাৰ

পিচত উদালী আৰক্ষীয়ে আলি আকবৰক সোধপোছ কৰাত কিছু এটিএমৰ বয় বস্তু উদ্ধাৰ কৰিবলৈ সক্ষম হয় । বৰ্তমান আলি আকবৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হোজাইৰ শংকৰদেৱ নগৰৰ আদালতলৈ প্ৰেৰণ কৰিছে ।

  • লগতে চাওক- কৰ'ণা ভাইৰাছকলৈ নগাঁৱৰ এজন সংগীত শিল্পীৰ গীত

ABOUT THE AUTHOR

...view details