সত্যৰঞ্জন বৰাক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী যুৱ প্ৰজন্ম মঞ্চৰ - যুৱ মঞ্চ
নগাঁও লোকসভা সমষ্টিৰ সত্যৰঞ্জন বৰাক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী জনায় লংকা যুৱ মঞ্চই ।
![সত্যৰঞ্জন বৰাক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী যুৱ প্ৰজন্ম মঞ্চৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2766858-866-6c0c963c-974e-4d52-b132-01e52ea12cc3.jpg)
সত্যৰঞ্জন বৰাক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী যুৱ প্ৰজন্ম মঞ্চৰ
হোজাই, 22 মাৰ্চঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমৰ্থক সকলৰ মাজত উৎকন্ঠা বাঢ়ি অহা দেখা গৈছে ৷ শুকুৰবাৰে নগাঁও লোকসভা সমষ্টিৰ পৰাসত্যৰঞ্জন বৰাক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী জনাইছে লংকা যুৱ প্ৰজন্ম মঞ্চই । ভাৰতীয় জনতা পাৰ্টিয়ে সংখ্যালঘু লোক সকলকপ্ৰধান্য দি অহা বুলি মন্তব্য কৰি সত্যৰঞ্জন বৰাক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবীজনায় দলটোৱে ৷
সত্যৰঞ্জন বৰাক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী যুৱ প্ৰজন্ম মঞ্চৰ
Last Updated : Mar 22, 2019, 11:28 PM IST