হোজাই, 28 এপ্ৰিলঃ হোজাই বৰবহাত দেওবাৰে সংঘটিত হয় বাইক দুৰ্ঘটনা৷ উক্ত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাইক আৰোহী । লংকাৰ পৰা নীলবাগান অভিমুখী বাইক আৰোহীজনে গৰুক খুন্দিওৱা ফলতেই এই দুৰ্ঘটনা সংঘটিত হয়।
হোজাই বৰবহাত সংঘটিত বাইক দুৰ্ঘটনা - হোজাই
লংকাৰ পৰা নীলবাগান অভিমুখী বাইক আৰোহীজনে গৰুক খুন্দিওৱা ফলতেই এই দুৰ্ঘটনা সংঘটিত হয়।

হোজাই বৰবহাত সংঘটিত বাইক দুৰ্ঘটনা
আৰু পঢ়ক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনা
সংকটজনক অৱস্থাত ইতিম্ধেয লংকা হস্পিতালতলৈ প্ৰেৰণ কৰা হৈছে আৰোহীজনক । ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত চৰণীয়া গৰু অহা যোৱা কৰা ফলত কেইদিন মানৰ ভিতৰত 4 টাকৈ পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে৷