অসম

assam

ETV Bharat / state

ডবকাত সতীয়া পিতৃৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ - physical and mental abuse

ডবকাত সতীয়া পিতৃৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ নাবালিকাৰ । নাবালিকা অভিযোগৰ ভিত্তিতে তদন্ত অব্যাহত আৰক্ষীৰ ।

হোজাই
ডবকাত সতীয়া পিতৃৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ

By

Published : May 9, 2020, 8:58 PM IST

হোজাই, ৯ মে': ডবকাত এগৰাকী নাবালিকাক সতীয়া পিতৃয়ে শাৰীৰিক আৰু মানসিক ভাৱে নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন ৷ নাবালিকা গৰাকীৰ অভিযোগৰ পাচতে ঘটনাস্থসীত হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাং আৰু পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ উপস্থিত হৈ নাবালিকা গৰাকীক উদ্ধাৰ কৰে ।

ডবকাত সতীয়া পিতৃৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ

আনহাতে, ঘটনা সন্দৰ্ভত ডবকা আৰক্ষীয়ে অভিযোগকাৰী আব্দুল নুৰৰ ওপৰত তদন্ত অব্যাহত কৰিছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । তাৰোপৰি ঘটনা সন্দৰ্ভত নাবালিকা গৰাকীৰ মাতৃয়ে ডবকা থানাত গোচৰ ৰুজু কৰিছে বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details