অসম

assam

ETV Bharat / state

আৰ্তজনলৈ সহায়ৰ হাত আজমল ফাউণ্ডেশ্যনৰ

হোজাইৰ শিংৰাবস্তিত ৭০ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ আজমল ফাউণ্ডেশ্যনৰ ৷ প্ৰথম পৰ্যায়ৰ লক ডাউনৰ পৰা ফাউণ্ডেশ্যনে আৰ্তজনৰ ওচৰত থিয় হৈ আগবঢ়াই আহিছে সহায়ৰ হাত ৷

By

Published : Jun 22, 2020, 1:20 PM IST

Ajmal Foundation lends a helping hand to poor people of hojai assam etv bharat news
আৰ্তজনলৈ সহায়

হোজাই,22 জুন: আজমল ফাউণ্ডেশ্যনৰ উদ্যোগত হোজাইৰ শিংৰাবস্তিৰ ৭০টা পৰিয়ালৰ মাজত বিতৰণ কৰা হৈছে খাদ্য সামগ্ৰী ৷ বিগত লক ডাউনৰ প্ৰথম পৰ্যায়ৰ পৰা বৰ্তমানলৈকে লক্ষাধিক পৰিয়ালৰ মাজত ফাউণ্ডেশ্যনে বিতৰণ কৰে এই খাদ্য সামগ্ৰী ৷ পৰৱৰ্তী সময়তো অনুষ্ঠানটোৰ তৰফৰ পৰা আৰ্তজনলৈ আগবঢ়োৱা হ’ব সহায়ৰ হাত ৷ এই কথা প্ৰকাশ কৰে ফাউণ্ডেশ্যনৰ বিষয়-ববীয়াসকলে ৷

আৰ্তজনলৈ সহায়ৰ হাত আজমল ফাউণ্ডেশ্যনৰ

ABOUT THE AUTHOR

...view details