হোজাই, ১ জুলাই : উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত দ্বিতীয় স্থান প্ৰাপ্ত নীলবাগানৰ নাইমা ফিৰদৌছক আজমল ফাউণ্ডেচনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । জাপি, ফুলাম গামোচাৰে নীলবাগানৰ গৌৰৱ নাইমাৰ লগতে নাইমাৰ পিতৃ-মাতৃকো সম্বৰ্ধনা জনাই আজমল ফাউণ্ডেচনৰ ডঃ খছৰুল ইছলামে ।
নাইমা ফিৰদৌছক সম্বৰ্ধনা আজমল ফাউণ্ডেচনৰ - Nagaon district
উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত দ্বিতীয় স্থান প্ৰাপ্ত নীলবাগানৰ নাইমা ফিৰদৌছক আজমল ফাউণ্ডেচনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । জাপি, ফুলাম গামোচাৰে নীলবাগানৰ গৌৰৱ নাইমাৰ লগতে নাইমাৰ পিতৃ-মাতৃকো সম্বৰ্ধনা জনাই আজমল ফাউণ্ডেচনৰ ডঃ খছৰুল ইছলামে

AHSEC Class 12th Result 2 nd rank Naima firdoze felecited by ajmal fundation
লগতে উক্ত অনুষ্ঠানত ডঃ ইছলামৰ লগত উপস্থিত থাকে আজমল কলেজ অৱ আৰ্টচ কমাৰ্চ এণ্ড চায়েন্সৰ অধ্যক্ষ আব্দুৰ নুৰ তালুকদাৰ, আজমল সুপাৰ ৪০ ৰ আব্দুল কাদিৰ সহ আজমল ফাউণ্ডেচনৰ বিষয়বৱীয়া সকল ।