অসম

assam

ETV Bharat / state

নাইমা ফিৰদৌছক সম্বৰ্ধনা আজমল ফাউণ্ডেচনৰ

উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত দ্বিতীয় স্থান প্ৰাপ্ত নীলবাগানৰ নাইমা ফিৰদৌছক আজমল ফাউণ্ডেচনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । জাপি, ফুলাম গামোচাৰে নীলবাগানৰ গৌৰৱ নাইমাৰ লগতে নাইমাৰ পিতৃ-মাতৃকো সম্বৰ্ধনা জনাই আজমল ফাউণ্ডেচনৰ ডঃ খছৰুল ইছলামে

AHSEC Class 12th Result 2 nd rank Naima firdoze felecited by ajmal fundation
AHSEC Class 12th Result 2 nd rank Naima firdoze felecited by ajmal fundation

By

Published : Jul 1, 2020, 4:32 PM IST

হোজাই, ১ জুলাই : উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত দ্বিতীয় স্থান প্ৰাপ্ত নীলবাগানৰ নাইমা ফিৰদৌছক আজমল ফাউণ্ডেচনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । জাপি, ফুলাম গামোচাৰে নীলবাগানৰ গৌৰৱ নাইমাৰ লগতে নাইমাৰ পিতৃ-মাতৃকো সম্বৰ্ধনা জনাই আজমল ফাউণ্ডেচনৰ ডঃ খছৰুল ইছলামে ।

উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত দ্বিতীয় স্থানপ্ৰাপ্ত নাইমা ফিৰদৌছক আজমল ফাউণ্ডেচনৰ সম্বৰ্ধনা

লগতে উক্ত অনুষ্ঠানত ডঃ ইছলামৰ লগত উপস্থিত থাকে আজমল কলেজ অৱ আৰ্টচ কমাৰ্চ এণ্ড চায়েন্সৰ অধ্যক্ষ আব্দুৰ নুৰ তালুকদাৰ, আজমল সুপাৰ ৪০ ৰ আব্দুল কাদিৰ সহ আজমল ফাউণ্ডেচনৰ বিষয়বৱীয়া সকল ।

উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত দ্বিতীয় স্থানপ্ৰাপ্ত নাইমা ফিৰদৌছক আজমল ফাউণ্ডেচনৰ সম্বৰ্ধনা
লগতে পঢ়ক : দিল্লীত ৪৩৬ টালৈ বৃদ্ধি কণ্টেইনমেণ্ট জ'নৰ সংখ্যা

ABOUT THE AUTHOR

...view details