হোজাই, 10 জুলাই : হোজাইত শুকুৰবাৰে অনুষ্ঠিত হয় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সম্বৰ্ধনা অনুষ্ঠান । অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ 72 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি হোজাই শাখাই আয়োজন কৰে এই সম্বৰ্ধনা অনুষ্ঠানৰ ।
হোজাইত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সম্বৰ্ধনা অনুষ্ঠান
শুকুৰবাৰে হোজাইত অনুষ্ঠিত হয় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে অনুষ্ঠিত কৰে এক সম্বৰ্ধনা অনুষ্ঠান । মহামাৰী কৰ’ণা ভাইৰাছৰ সময়ছোৱাত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি মানৱ সেৱাত ব্ৰতী হৈ থকা আৰক্ষী, চিকিৎসা কৰ্মী, সাংবাদিক আৰু চৰকাৰী কৰ্মচাৰীক সম্বৰ্ধনা জ্ঞাপন কৰে সংগঠনটোৱে ৷
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সম্বৰ্ধনা অনুষ্ঠান
শেহতীয়া মহামাৰী কৰ’ণা ভাইৰাছৰ সময়ছোৱাত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি মানৱ সেৱাত নিয়োজিত হৈ থকা হোজাইৰ আৰক্ষী, চিকিৎসা কৰ্মী, সাংবাদিক আৰু চৰকাৰী কৰ্মচাৰীক একোখনকৈ গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে ধন্যবাদ জ্ঞাপন কৰে সংগঠনটোৱে ।
লগতে পঢ়ক :ডিব্ৰুগড়লৈ ভাবুকি: বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ