হোজাই, 26 ছেপ্তেম্বৰঃহোজাই টাউনৰ মাজমজিয়াত উদ্ধাৰ হৈছে প্ৰকাণ্ড অজগৰ ৷ কৃষ্ণ বৰা বি.এড মহাবিদ্যালয়ৰ পিছফালে থকা এটা নলাত উদ্ধাৰ হয় অজগৰডাল ৷ মহাবিদ্যালয়খনৰ কৰ্মচাৰী সঞ্জয় বিশ্বাসে নলাটোত মাছ ধৰাৰ বাবে জাল পতাৰ সময়তেই জালত উঠে সাপডাল ৷ এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পৰৱৰ্তীসময়ত অজগৰডাল হোজাই আঞ্চলিক বন বিষয়াৰ কৰ্মচাৰীক গোটাই দিয়া হয় ৷
হোজাই টাউনৰ মাজমজিয়াত উদ্ধাৰ প্ৰকাণ্ড অজগৰ - হোজাইত অজগৰ উদ্ধাৰ বাতৰি
হোজাইৰ কৃষ্ণ বৰা বি.এড মহাবিদ্যালয়ৰ পিছফালে থকা এটা নলাত উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ ৷ এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

হোজাই টাউনৰ মাজমজিয়াত উদ্ধাৰ প্ৰকাণ্ড অজগৰ