হোজাই, 13 ছেপ্তেম্বৰ :হোজাই জিলা লংকাৰ 1 নং ৰে’ল গেটত উত্তপ্ত পৰিস্থিতি ৷ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷ সুৰাৰ ৰাগীত মাতাল হৈ সামান্য কথাতেই ইজনে-সিজনক আঘাত কৰে চোকা অস্ত্ৰৰে । পিছত ঘটনাস্থলীত স্থানীয় ৰাইজ আৰু আৰক্ষী উপস্থিত হোৱাত পৰিস্থিতি শান্ত কৰাৰ লগতে আঘাত প্ৰাপ্ত দুজনক লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ অহা হয় ।
লংকাৰ 1 নং ৰে’ল গেটত দুই ফৈদৰ মাজত মাৰপিট - দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা
লংকাৰ ১ নং ৰে’ল গেটত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷ সুৰাৰ ৰাগীত মাতাল হৈ সামান্য কথাতেই ইজনে-সিজনক আঘাত কৰে চোকা অস্ত্ৰৰে ৷
A fight broke out between two gangs at Railway Gate No. 1 in Lanka
উল্লেখ্য যে, লংকাত আৱকাৰী বিভাগৰ অকৰ্মণ্যতাৰ বাবে অবৈধ সুৰাৰ বিপনী যতে ততে খোলাত এনেধৰণৰ ঘটনা প্ৰায় সংঘটিত হোৱাৰ অভিযোগ সচেতন মহলৰ ।