- হোজাই জিলা লংকা ৰেল ষ্টেচনৰ সম্মুখত পিতনিৰ মাজত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
- মৃত ব্যক্তি জন লংকাৰ ধৰণীপাৰাৰ গোপাল মণ্ডল বুলি চিনাক্ত পৰিয়ালৰ লোকৰ
- মৃত ব্যক্তি জনৰ বয়স ৪৫ বছৰ
- দুদিন ধৰি ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছিল গোপাল মণ্ডল
- এয়া হত্যা নে আত্মহত্যা বৰ্তমান ৰহস্যৰ আৱৰ্তত
হোজাইত পিতনিৰ মাজত মৃতদেহ উদ্ধাৰ - গোপাল মণ্ডলৰ মৃতদেহ উদ্ধাৰ
হোজাই জিলা লংকা ৰেল ষ্টেচনৰ সম্মুখত নলাৰ পিতনিৰ মাজত পৰিত্যক্ত অৱস্থাত এটা মৃতদেহ উদ্ধাৰ

হোজাইত পিতনিৰ মাজত মৃতদেহ উদ্ধাৰ
হোজাইত পিতনিৰ মাজত মৃতদেহ উদ্ধাৰ